মহিন্দ্ৰা হাৰ্ভেষ্টমাষ্টাৰ H12 (2WD / 4WD)

এক চমৎকাৰী মাল্টি-ক্ৰপ হাৰ্ভেষ্টাৰ, মহিন্দ্ৰা হাৰ্ভেষ্টমাষ্টাৰৰ অসাধাৰণ কাৰ্য সম্পাদনক সাৱটি লওক৷ মহিন্দ্ৰাৰ দ্বাৰা দক্ষভাৱে সাজি উলিওৱা, ই সম্যক মহিন্দ্ৰা অৰ্জুন আৰু মহিন্দ্ৰা ন’ভ’ ৰেঞ্জ ট্ৰেক্টৰৰ সৈতে সুন্দৰভাৱে খাপ খায়৷ হাৰ্ভেষ্টমাষ্টাৰে কোনো কষ্ট নোহোৱাকৈ শুকান আৰু সামাণ্য সেমেকা দুয়োটা পৰিস্থিতিতে টপ ডি লাইন আউটপুটৰ নিশ্চয়তা প্ৰদান কৰে৷ মহিন্দ্ৰাৰ হাৰ্ভেষ্টমাষ্টাৰে আগবঢ়োৱা নিখুঁততা আৰু নিৰ্ভৰশীলতাৰ শক্তিক অনুভৱ কৰক! ফাৰ্মিংৰ স্মাৰ্ট পচন্দ কৰক৷ আজিয়েই আমাৰ সৈতে আপোনাৰ শস্য চপোৱাৰ অভিজ্ঞতা উন্নত কৰক!

স্পেচিফিকেচন

স্পেচিফিকেশনৰ বিষয়ে অধিক জানি লওক

মহিন্দ্ৰা হাৰ্ভেষ্টমাষ্টাৰ H12 (2WD / 4WD)

প্ৰডাক্টৰ নামমহিন্দ্ৰা হাৰ্ভেষ্ট মাষ্টাৰ H12 2WDমহিন্দ্ৰা হাৰ্ভেষ্ট মাষ্টাৰ H12 4WD
ট্ৰেক্টৰ মডেলঅৰ্জুন ন’ভ’  605 DI-iঅৰ্জুন ন’ভ’  605 DI-i
ইঞ্জিনৰ ক্ষমতা (কিলোৱাট)4241.56 আৰু 47.80
ইঞ্জিন ক্ষমতা (এইচপি)প্ৰায়  57প্ৰায় 57 আৰু 65
ড্ৰাইভৰ প্ৰকাৰ2 WD4 WD
কাটাৰ বাৰ এচেম্বলী  
ৱৰ্কিং প্ৰস্থ (মিমি)35803690
কাটিং উচ্চতা (মিমি)30-100030-1000
কাটাৰ বাৰ অ’গাৰ (মিমি)ব্যাস-575 X প্ৰস্থ-3540ব্যাস-575 X প্ৰস্থ-3560
নাইফ ব্লেডৰ সংখ্যা4949
নাইফ গাৰ্ডৰ সংখ্যা2424
নাইফ ষ্ট্ৰ’ক (মিমি)8080
ৰীল এচেম্বলী  
ইঞ্জিনত স্পীডৰ পৰিসৰ (আৰ/মিনিট)  
নূন্যতম আৰ/মিনিট3030
সৰ্বাধিক আৰ/মিনিট3737
ৰীল ব্যাস (মিমি)885885
ফীডাৰ টেবল টাইপকম্ব এণ্ড চেইনকম্ব এণ্ড চেইন
থ্ৰেছাৰ মেকানিজম  
পেডী থ্ৰেছাৰ ড্ৰাম  
প্ৰস্থ (মিমি)11201120
থ্ৰেছাৰ ড্ৰামৰ ব্যাস (মিমি)592592
ইঞ্জিনৰ স্পীডৰ ৰেঞ্জ আৰ/ মিনিট  
নূন্যতম আৰ/ মিনিট600600
সৰ্বোচ্চ আৰ/ মিনিট800800
অৱতল  
এডজাষ্টিং ক্লীয়াৰেঞ্চৰ ৰেঞ্জফ্ৰন্ট (মিমি) 12 ৰ পৰা 30 
ৰীয়েৰ (মিমি) 16 ৰ পৰা 40
ফ্ৰন্ট (মিমি) 12 ৰ পৰা 30  
ৰীয়েৰ (মিমি) 16 ৰ পৰা 40
এডজাষ্টমেন্টক্লীয়াৰেঞ্চ এডজাষ্ট কৰিবলৈ অপাৰেটৰৰ আৰএইএছত এটা এডজাষ্টমেন্ট লিভাৰ প্ৰদান কৰা হৈছেক্লীয়াৰেঞ্চ এডজাষ্ট কৰিবলৈ অপাৰেটৰৰ আৰএইএছত এটা এডজাষ্টমেন্ট লিভাৰ প্ৰদান কৰা হৈছে
ক্লীনিং শ্বাইভ  
আপাৰ শ্বাইভৰ সংখ্যা22
আপাৰ শ্বাইভ কালি (m²)1.204/0.7051.204/0.705
ল’ৱাৰ শ্বাইভ কালি (m²)1.1561.156
ষ্ট্ৰ’ ৱাকাৰ  
ষ্ট্ৰ’ ৱাকাৰৰ সংখ্যা55
ষ্টেপৰ সংখ্যা44
দৈৰ্ঘ্য (মিমি)35403540
প্ৰস্থ (মিমি)210210
ক্ষমতা  
গ্ৰেইণ টেংক (কেজি)ধান: 750 কেজিধান: 750 কেজি
গ্ৰেইণ টেংক (মি³)1.21.9
টায়াৰ  
ফ্ৰন্ট (ড্ৰাইভ হুইল)16.9 -28, 12 পিআৰ16.9 -28, 12 পিআৰ
ৰীয়েৰ (ষ্টিয়েৰিং হুইল)7.5-16, 8 পিআৰ7.5-16, 8 পিআৰ
মুঠ মাত্ৰা  
ট্ৰেইলাৰ / ট্ৰেইলাৰৰ অবিহনে দৈৰ্ঘ্য (মিমি)10930 / 663010930 / 6630
প্ৰস্থ (মিমি)25602560
উচ্চতা (মিমি)37303680
গ্ৰাউণ্ড ক্লীয়াৰেঞ্চ (মিমি)422380
ট্ৰেক্টৰ মাউন্টেড কম্বাইন হাৰ্ভেষ্টাৰৰ ভৰ (কেজি)67506920
চেছিছ প্ৰস্থ (মিমি)11681168
ট্ৰেকৰ প্ৰস্থ  
ফ্ৰন্ট (মিমি)20902050
ৰীয়েৰ (মিমি)19202080
নূন্যতম টাৰ্নিং ব্যাস  
ব্ৰেকৰ সৈতে (মি)7.8 (LH) /8.0 (RH)12.1 (LH) /12.44 (RH)
ব্ৰেক অবিহনে (মি)13.6 (LH) /13.9 (RH)16.7 (LH) /16.9 (RH)
আপুনিও ভাল পাব পাৰে
Harvester
মহিন্দ্ৰা বালকাৰ TMCH (2WD/4WD)
অধিক জানি লওক

ব্লগ

May 29, 2024

Top 5 Mahindra Tractors under 50 HP in India

In the dynamic world of Indian agriculture, where every hectare holds

Read more

May 29, 2024

Top 10 40-45 HP Mahindra Tractors in India

In the realm of Indian agriculture, Mahindra tractors have achieved a

Read more

May 29, 2024

8 top Selling 30-40 HP Mahindra Tractors in India

Mahindra tractors have carved a niche for themselves in the agricultural

Read more

May 29, 2024

Top 10 Mahindra tractors under 20-25 HP in India

India is an agricultural country with an agrarian economy. More than

Read more
close

আপোনাৰ ৱেবচাইটৰ অভিজ্ঞতা কেনেকুৱা আছিল?

আপোনাৰ মতামতে আমাক ইয়াক ভাল কৰিবলৈ সহায় কৰে

সুখী নহয়
ভাল হ’ব পাৰে
ঠিক হৈ যাব
ভাল
অতি উত্তম

আৰু কওকচোন