banner
হাল মাৰক, আতৰাওক, তল-ওপৰ কৰক

কাল্টিভেটৰ যি আপোনাৰ সময়
আৰু টকা-পইছাক কাল্টিভেট কৰে

মহিন্দ্ৰা কাল্টিভেটৰ

কাল্টিভেটৰ হৈছেমাটি চহোৱাত আটাইতকৈ বেছি ব্যৱহৃত আৰু গুৰুত্বপূৰ্ণ সঁজুলি৷ ই মাটি চহোৱাত, মাটি ভঙা, অপতৃণ আঁতৰ কৰাত, আৰু মাটিৰ একেবাৰে ওপৰৰ তৰপটো তল-ওপৰ কৰাত সহায় কৰে৷ ই হৈছে এটা সঁজুলি যাক মহিন্দ্ৰা ট্ৰেক্টৰৰ সৈতে সংযুক্ত কৰিব পাৰি আৰু খেতিপথাৰখন চহাবলৈ কামত লগোৱা হয়৷ মহিন্দ্ৰা কাল্টিভেটৰ একাধিক শস্যত ব্যৱহাৰ কৰি সময় আৰু ধন ৰাহি কৰাত সহায় কৰে৷

Cultivator

মহিন্দ্ৰা স্প্ৰিং লোডেড কাল্টিভেটৰ (হেভী ডিউটী)

Cultivator

মহিন্দ্ৰা স্প্ৰিং লোডেড কাল্টিভেটৰ (মিডিয়াম ডিউটী)

Cultivator

মহিন্দ্ৰা ৰিজিড কাল্টিভেটৰ - 9 টাইনছ

Cultivator

মহিন্দ্ৰা ৰিজিড কাল্টিভেটৰ - 5 টাইনছ