মহিন্দ্ৰাৰ ধৰতী মিত্ৰ পেডী মাল্টি ক্ৰপ থ্ৰেছাৰ (63 x 36)

মহিন্দ্ৰাৰ ধৰতী মিত্ৰ পেডী মাল্টি ক্ৰপ থ্ৰেছাৰৰ সৈতে অনাগত শস্য চপোৱা ঋতুৰ বাবে সাজু হওক, যাক আপোনাৰ ধান শস্যৰ সৰ্বোত্তম মৰণা মৰাৰ বাবে ডিজাইন কৰি উলিওৱা হৈছে৷ ধানৰ শস্য হানি প্ৰতিহত কৰিবলৈ এক হেভী ডিউটী, দীৰ্ঘস্থায়ী থ্ৰেছাৰ বিচাৰি আছে নেকি? এতিয়া আৰু মহিন্দ্ৰাা পেডী থ্ৰেছাৰৰ বাহিৰে অন্য একো চোৱাৰ প্ৰয়োজন নাই, যি হৈছে আপোনাৰ একমাত্ৰ পচন্দ! এনে এক পেডী থ্ৰেছাৰৰ সুবিধা উপভোগ কৰক যি চোৱা-চিতা কৰিবলৈ সহজ আৰু বেছি মূল্যৰো নহয়৷ নিখুঁত কৰি সাজি তোলা ই, ডাঙৰ ড্ৰাম, টপ-নটছ্ ব্লেড আৰু এটা শক্তিশালী ৰটৰৰ বিশেষত্বৰে সমৃদ্ধ৷ মানবিশিষ্ট চালনী আৰু বৰ্ধিত সংখ্যক ফেনেৰে সজ্জিত হৈ, ই নূন্যতম শস্য হানিৰ নিশ্চয়তা প্ৰদান কৰে আৰু সৰ্বশ্ৰেষ্ঠ মানবিশিষ্ট শস্য আহৰণ কৰে৷ মহিন্দ্ৰা পেডী থ্ৰেছাৰৰ সৈতে আপোনাৰ শস্য চপাবলৈ সৰ্বোত্তম অভিজ্ঞতা লাভ কৰক৷

স্পেচিফিকেচন

স্পেচিফিকেশনৰ বিষয়ে অধিক জানি লওক

মহিন্দ্ৰাৰ ধৰতী মিত্ৰ পেডী মাল্টি ক্ৰপ থ্ৰেছাৰ (63 x 36)

প্ৰডাক্টৰ নামট্ৰেক্টৰ ইঞ্জিনৰ ক্ষমতা (কিলোৱাট)=ট্ৰেক্টৰ ইঞ্জিনৰ ক্ষমতা (এইচপি)ড্ৰাম দৈৰ্ঘ্য (চেমি)ড্ৰাম দৈৰ্ঘ্য (ইঞ্চি)ড্ৰাম ব্যাস (চেমি)ড্ৰাম ব্যাস (ইঞ্চি)ফেনৰ সংখ্যাআনুমানিক ওজন (কেজি)চকাটায়াৰৰ আকাৰ(in)ক্ষমতা (টি/ ঘন্টা)ৱাটাৰ থ্ৰ’ দূৰত্ব (মি)ৱেষ্ট থ্ৰ’ দূৰত্ব (ফুট)শস্যৰ প্ৰকাৰ
পেডী মাল্টি ক্ৰপ থ্ৰেছাৰ (63" x 36")- 4 ফেন263516063913641480Single Wheel6 x 161.5-2.510~1235-40ধান, সেউজীয়া বুট, চয়াবীন, মাহ
পেডী মাল্টি ক্ৰপ থ্ৰেছাৰ (63" x 36")-6 ফেন263516063913661630Single Wheel6 x 161.5-2.510~1235-40ধান, সেউজীয়া বুট, চয়াবীন, মাহ
আপুনিও ভাল পাব পাৰে
DM_Paddy_Multi_Crop_Thresher
মহিন্দ্ৰাৰ ধৰতী মিত্ৰ পেডী মাল্টি ক্ৰপ থ্ৰেছাৰ
অধিক জানি লওক
DM_Paddy_Thresher
মহিন্দ্ৰাৰ ধৰতী মিত্ৰ পেডী থ্ৰেছাৰ
অধিক জানি লওক
DM_Wheat_Multi_Crop_Thresher
মহিন্দ্ৰাৰ ধৰতী মিত্ৰ হুইট মাল্টি ক্ৰপ থ্ৰেছাৰ (হাবা দাবা হ’পাৰ মডেল)
অধিক জানি লওক
DM_Basket_Thresher
মহিন্দ্ৰাৰ ধৰতী মিত্ৰ বাস্কেট থ্ৰেছাৰ
অধিক জানি লওক
DM_Wheat_Multi_Crop_Thresher
মহিন্দ্ৰাৰ ধৰতী মিত্ৰ হুইট থ্ৰেছাৰ
অধিক জানি লওক
DM_Wheat_Haramba_Thresher
মহিন্দ্ৰাৰ ধৰতী মিত্ৰ হুইট হৰম্ব থ্ৰেছাৰ
অধিক জানি লওক
Thresher - UDHV
মহিন্দ্ৰাৰ ধৰতী মিত্ৰ মালচাৰ
অধিক জানি লওক

ব্লগ

May 29, 2024

Top 5 Mahindra Tractors under 50 HP in India

In the dynamic world of Indian agriculture, where every hectare holds

Read more

May 29, 2024

Top 10 40-45 HP Mahindra Tractors in India

In the realm of Indian agriculture, Mahindra tractors have achieved a

Read more

May 29, 2024

8 top Selling 30-40 HP Mahindra Tractors in India

Mahindra tractors have carved a niche for themselves in the agricultural

Read more

May 29, 2024

Top 10 Mahindra tractors under 20-25 HP in India

India is an agricultural country with an agrarian economy. More than

Read more
close

আপোনাৰ ৱেবচাইটৰ অভিজ্ঞতা কেনেকুৱা আছিল?

আপোনাৰ মতামতে আমাক ইয়াক ভাল কৰিবলৈ সহায় কৰে

সুখী নহয়
ভাল হ’ব পাৰে
ঠিক হৈ যাব
ভাল
অতি উত্তম

আৰু কওকচোন