মহিন্দ্ৰাৰ ধৰতী মিত্ৰ হুইট থ্ৰেছাৰ

মহিন্দ্ৰাৰ ধৰতী মিত্ৰ হুইট মাল্টি ক্ৰপ থ্ৰেছাৰৰ সৈতে অতি উন্নত মৰণাৰ অভিজ্ঞতা লাভ কৰক৷ চুপাৰ ডিলাক্স মাল্টি ক্ৰপ থ্ৰেছাৰ হিচাপে ব্যাপকভৱে জনাজাত, এই ধৰতী মিত্ৰ থ্ৰেছাৰে নজিৰবিহীন বহুমুখিতা আগবঢ়ায়৷ ই অতি উত্তম দক্ষতাৰে ঘেঁহু, বুট, চয়াবীন, মটৰ, সৰিয়হ, বাৰ্লী, ৰাজমাহ, জোৱাৰ, আৰু মিলেটৰ দৰে বহুতো প্ৰকাৰৰ শস্যৰ অতি নিখুঁতভাৱে মৰণা মাৰিবলৈ সক্ষম৷ ডাঙৰ আকাৰৰ ড্ৰামৰ সৈতে, এই পাৱাৰহাউচসমূহে মাঁথো কামেই সম্পন্ন নকৰে, ই আপোনাক এক উচ্চ মানৰ আউটপুটৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে৷ ইয়াত আচল গেম চেঞ্জাৰ হৈছে শক্তিশালী, ক্ষয় নোহোৱা চালনীৰ (যাক সাধাৰণতে ’জালি’ হিচাপে জনা যায়)চামিলকৰণ যাক আপোনাৰ শস্যৰ প্ৰয়োজনীয়তা অনুসৰি খাপ খোৱাকৈ সজাবলৈ অতি সহজে লাভ কৰিব, খুলিব আৰু ইনষ্টল কৰিব পাৰি৷

SPECIFICATIONS ৰ দ্বাৰা

স্পেচিফিকেশনৰ বিষয়ে অধিক জানি লওক

মহিন্দ্ৰাৰ ধৰতী মিত্ৰ হুইট থ্ৰেছাৰ

প্ৰডাক্টৰ নামট্ৰেক্টৰ ইঞ্জিনৰ ক্ষমতা (কিলোৱাট)ট্ৰেক্টৰ ইঞ্জিনৰ ক্ষমতা (এইচপি)ড্ৰাম দৈৰ্ঘ্য (চেমি)ড্ৰাম দৈৰ্ঘ্য (ইঞ্চি)ড্ৰাম ব্যাস (চেমি)ড্ৰাম ব্যাস (ইঞ্চি)ফেনৰ সংখ্যাআনুমানিক ওজন (কেজি)চকাটায়াৰৰ আকাৰ(in)ক্ষমতা (টি/ ঘন্টা)ৱাটাৰ থ্ৰ’ দূৰত্ব (মি)ৱেষ্ট থ্ৰ’ দূৰত্ব (ফুট)শস্যৰ প্ৰকাৰ
হুইট মাল্টি ক্ৰপ থ্ৰেছাৰ (পি-775)30409136763031600চিংগল6 x 16(ঘেঁহু) 0.9-1.06~820-25ঘেঁঁহু, জোৱাৰ, চৰ্ঘুম, বাৰ্লি, বুট, চয়াবীন, ৰাজমাহ, মটৰ, ক’লা সৰিয়হ
হুইট মাল্টি ক্ৰপ থ্ৰেছাৰ (পি-885)375010240813232200চিংগল7.50 x 161.2 - 1.36-820-25ঘেঁঁহু, বুট, চয়াবীন, মটৰ, জোৱাৰ, সৰিয়হ, ৰাজমাহ, মিলেট, জীৰা, বাৰ্লী
আপুনিও ভাল পাব পাৰে
DM_Paddy_Multi_Crop_Thresher
মহিন্দ্ৰাৰ ধৰতী মিত্ৰ পেডী মাল্টি ক্ৰপ থ্ৰেছাৰ (63 x 36)
অধিক জানি লওক
DM_Paddy_Multi_Crop_Thresher
মহিন্দ্ৰাৰ ধৰতী মিত্ৰ পেডী মাল্টি ক্ৰপ থ্ৰেছাৰ
অধিক জানি লওক
DM_Paddy_Thresher
মহিন্দ্ৰাৰ ধৰতী মিত্ৰ পেডী থ্ৰেছাৰ
অধিক জানি লওক
DM_Wheat_Multi_Crop_Thresher
মহিন্দ্ৰাৰ ধৰতী মিত্ৰ হুইট মাল্টি ক্ৰপ থ্ৰেছাৰ (হাবা দাবা হ’পাৰ মডেল)
অধিক জানি লওক
DM_Basket_Thresher
মহিন্দ্ৰাৰ ধৰতী মিত্ৰ বাস্কেট থ্ৰেছাৰ
অধিক জানি লওক
DM_Wheat_Haramba_Thresher
মহিন্দ্ৰাৰ ধৰতী মিত্ৰ হুইট হৰম্ব থ্ৰেছাৰ
অধিক জানি লওক
Thresher - UDHV
মহিন্দ্ৰাৰ ধৰতী মিত্ৰ মালচাৰ
অধিক জানি লওক