মহিন্দ্ৰা জাইৰ’ভেটৰ জেডএলএক্স+
এয়া হৈছে মহিন্দ্ৰা জাইৰ’ভেটৰ জেডএলএক্স+ মাটিৰ সকলো ধৰণৰ অৱস্থাৰ বাবে উচ্চ কাৰ্য সম্পাদন কৰিব পৰা মটি চহ বিচৰা বিকাশশীল খেতিয়কসকলৰ বাবে একমাত্ৰ সংগী৷ মনত নিখুঁততা আৰু দীৰ্ঘস্থায়িতা ৰাখি সাজি উলিওৱা, এই পাতল চিৰিজ ৰ’টেৰী টিলাৰ/ ৰ’টাভেটৰ বোকা কৰাৰ কঠিনতম কামকে ধৰি, শুকানে হওক বা ভিজা মাটিয়ে হওক, যিকোনো প্ৰত্যাহ্বানক নেওচা দিবলৈ সাজু৷ ৰ’টেৰী টিলাৰ/ ৰ’টাভেটৰ ট্ৰেক্টৰৰ এক ব্যাপক পৰিসৰৰ সৈতে খাপ খায়৷
স্পেচিফিকেচন
স্পেচিফিকেশনৰ বিষয়ে অধিক জানি লওক
মহিন্দ্ৰা জাইৰ’ভেটৰ জেডএলএক্স+
| প্ৰডাক্টৰ নাম | প্ৰকাৰ | ট্ৰেক্টৰ ইঞ্জিনৰ পাৱাৰ ৰেঞ্জ (কিলোৱাট) (এইচপি) | মুঠ প্ৰস্থ (মিমি) | ৱৰ্কিং প্ৰস্থ (মিমি) | ওজন (কেজি) (প্ৰপেলাৰ শ্বাফ্ট অবিহনে) | “ব্লেডৰ প্ৰকাৰ*“ | ব্লেডৰ সংখ্যা | প্ৰাইমেৰী গীয়েৰ বক্স | চাইড ট্ৰেঞ্চমিচন |
|---|---|---|---|---|---|---|---|---|---|
| মহিন্দ্ৰা জাইৰ’ভেটৰ জেডএলএক্স+ 125 | 1.25 m | 26-30 kW (35-40 HP) | 1530 | 1270 | 327 | L/C টাইপ | 36 | মাল্টি স্পীড | গীয়েৰ ড্ৰাইভ |
| মহিন্দ্ৰা জাইৰ’ভেটৰ জেডএলএক্স+ 145 O/S* | 1.45 m O/S | 30-33 kW (40-45 HP) | 1730 | 1470 | 357 | L/C টাইপ | 42 | মাল্টি স্পীড | গীয়েৰ ড্ৰাইভ |
| মহিন্দ্ৰা জাইৰ’ভেটৰ জেডএলএক্স+ 145 C/M* | 1.45 m C/M | 30-33 kW (40-45 HP) | 1730 | 1470 | 358 | L/C টাইপ | 42 | মাল্টি স্পীড | গীয়েৰ ড্ৰাইভ |
| মহিন্দ্ৰা জাইৰ’ভেটৰ জেডএলএক্স+ 165 | 1.65 m | 33-37 kW (45- 50 HP) | 1930 | 1670 | 383 | L/C টাইপ | 48 | মাল্টি স্পীড | গীয়েৰ ড্ৰাইভ |
| মহিন্দ্ৰা জাইৰ’ভেটৰ জেডএলএক্স+ 185 | 1.85 m | 37-41 kW (50- 55 HP) | 2130 | 1870 | 402 | L/C টাইপ | 54 | মাল্টি স্পীড | গীয়েৰ ড্ৰাইভ |
| মহিন্দ্ৰা জাইৰ’ভেটৰ জেডএলএক্স+ 205 | 2.05 m | 41-45 kW (55-60 HP) | 2330 | 2070 | 423 | L/C টাইপ | 60 | মাল্টি স্পীড | গীয়েৰ ড্ৰাইভ |
বি:দ্ৰ: ট্ৰেক্টৰৰ শক্তি আৰু মাটিৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰি আকাৰ সলনি কৰিব পাৰি। *O/S - অফছেট মাউন্ট কৰা গিয়াৰবক্স & *C/M - কেন্দ্ৰ মাউণ্ট কৰা গিয়াৰবক্স।
আপুনিও ভাল পাব পাৰে