মহিন্দ্ৰা ৰিভাৰ্ছ ফৰৱাৰ্ড

মহিন্দ্ৰা ৰিভাৰ্ছ ফৰৱাৰ্ড ৰোটাভেটৰটোৱে দ্বিমুখী কাৰ্যপ্ৰণালীৰ সুবিধা প্ৰদান কৰে; ফলপ্ৰসূভাৱে বন-বাত নিৰোৱা আৰু খেতিৰ বাবে ইয়াক সন্মুখৰ ফাললৈ (ফৰৱাৰ্ড) আৰু শস্যৰ শিপাৰ চাৰিওফালে মাটি পেলোৱা আৰু গছৰ গুৰিত মাটি ওখ কৰাৰ বাবে পিছৰ ফাললৈ (ৰিভাৰ্ছ) ব্যৱহাৰ কৰিব পাৰি।দুয়োটা মোডৰ বাবে এটা মাত্ৰ পিটিঅ' (PTO) শ্যাফ্ট থকাৰ বাবে, ই কম ইন্ধন খৰচত সৰ্বাধিক কাৰ্যক্ষমতা প্ৰদান কৰে। ইয়াৰ উৎকৃষ্ট মাটি গুড়ি কৰা আৰু মাটি চপোৱা ক্ষমতাই ইয়াক বন নিৰোৱা, আন্তঃখেতি, আৰু মাটিত বায়ু চলাচল ব্যৱস্থা উন্নত কৰাৰ বাবে এক আদৰ্শ যন্ত্ৰ কৰি তোলে।সৰু (কম্পেক্ট) ট্ৰেক্টৰৰ বাবে ডিজাইন কৰা এই যন্ত্ৰটো দীৰ্ঘদিনীয়া কৰ্মক্ষমতাৰ বাবে পাতল অথচ যথেষ্ট মজবুত। ই সাধাৰণ (ষ্টেণ্ডাৰ্ড) আৰু থ্ৰী-পইণ্ট লিংকেজ মাউণ্টিং—এই দুয়োটা বিকল্পতেই উপলব্ধ।

স্পেচিফিকেচন

স্পেচিফিকেশনৰ বিষয়ে অধিক জানি লওক

মহিন্দ্ৰা ৰিভাৰ্ছ ফৰৱাৰ্ড

প্ৰডাক্টৰ নামট্ৰেক্টৰ ইঞ্জিনৰ পাৱাৰ ৰেঞ্জ  (এইচপি)Overall Length (mm)ৱৰ্কিং বেধ (মিমি)Overall Width (mm)Overall Height (mm)ব্লেডৰ সংখ্যাওজন (কেজি)মাল্টি স্পীডচাইড ট্ৰেঞ্চমিচনRotor rpm
মহিন্দ্ৰা RF1615-25133254578085016145Single SpeedChain Drive297
মহিন্দ্ৰা RF1815-25133261085085018152Single SpeedChain Drive297
মহিন্দ্ৰা RF2215-25133274598085022159Single SpeedChain Drive297
আপুনিও ভাল পাব পাৰে
Mahindra Paddyvator
মহিন্দ্ৰা পেডিভেটৰ
অধিক জানি লওক
gyrovator
মহিন্দ্ৰা জাইৰ'ভেটৰ জেদ.এল.এক্স নিঅ'
অধিক জানি লওক
Mahindra Mahavator HD
মহিন্দ্ৰা মহভেতৰ এইচ ডি ছিংগল স্পীড
অধিক জানি লওক
Dharti Mitra
মহিন্দ্ৰা মাহাভেটৰ এইছ ডি
অধিক জানি লওক
Mahindra Gyrovator
মহিন্দ্ৰা জাইৰ’ভেটৰ
অধিক জানি লওক
supervator
মহিন্দ্ৰা চুপাৰভেটৰ
অধিক জানি লওক
MAHINDRA Rotavator
ৰ’টাভেটৰ তেজ-ই এমএলএক্স
অধিক জানি লওক
MAHINDRA TEZ-E ZLX
মহিন্দ্ৰা তেজ-ই জেডএলএক্স+
অধিক জানি লওক
Dharti Mitra
মহিন্দ্ৰা মহাভেটৰ
অধিক জানি লওক
gyrovator ZLX+_01
মহিন্দ্ৰা জাইৰ’ভেটৰ জেডএলএক্স+
অধিক জানি লওক

ব্লগ

May 29, 2024

Top 5 Mahindra Tractors under 50 HP in India

In the dynamic world of Indian agriculture, where every hectare holds

Read more

May 29, 2024

Top 10 40-45 HP Mahindra Tractors in India

In the realm of Indian agriculture, Mahindra tractors have achieved a

Read more

May 29, 2024

8 top Selling 30-40 HP Mahindra Tractors in India

Mahindra tractors have carved a niche for themselves in the agricultural

Read more

May 29, 2024

Top 10 Mahindra tractors under 20-25 HP in India

India is an agricultural country with an agrarian economy. More than

Read more
close

অনুগ্ৰহ কৰি আমাৰ ৱেবচাইটত আপোনাৰ অভিজ্ঞতাক ৰেটিং কৰক।
আপোনালোকৰ মতামতে আমাক উন্নতি কৰাত সহায় কৰিব।