মহিন্দ্ৰা চুপাৰভেটৰ

মহিন্দ্ৰা চুপাৰভেটৰৰ অতুলনীয় নিপুণতা উপভোগ কৰক৷ যিকোনো ধৰণৰ মাটিত কাম কৰিবলৈ সাজি উলিওৱা, এই মহিন্দ্ৰা চুপাৰভেটৰে শুকান আৰু ভিজা দুয়োটা পৰিস্থিতিতে উচ্চ স্তৰত মাটি গুড়ি কৰাৰ প্ৰতিশ্ৰুতি দিয়ে৷ মিডিয়াম চিৰিজৰ এক শক্তিশালী গাঠনিৰ সৈতে, এই সঁজুলিবিধে আপোনাৰ কৃষিকৰ্মৰ প্ৰয়োজনীয়তাৰ শক্তি, দীৰ্ঘস্থায়িতা আৰু বিশ্বাসযোগ্যতাৰ শ্ৰেষ্ঠ সংমিশ্ৰণ সুনিশ্চিত কৰে৷ ই আপোনাৰ কাৰ্যৰ বাবে লাভ বৃদ্ধি কৰাত সহায়ক হৈ পৰে৷
মহিন্দ্ৰাৰ মানবিশিষ্ট হোলমাৰ্ক ব’ষ্ট কৰি, এই বহুমুখী ৰ’টাভেটৰ হৈছে মহিন্দ্ৰাৰ নিষ্ঠাপূৰ্ণ আৰএণ্ডডি চেন্টাৰসমূহৰ কাটিং এডজ্ গৱেষণা আৰু বিকাশৰ প্ৰয়াসৰ এটা প্ৰডাক্ট৷ প্ৰতিটো ইউনিট আমাৰ প্ৰডাকচন ফেচিলিটিট সাজি উলিওৱা হয়, যি সম্পপূৰ্ণৰূপে আমাৰ উচ্চ মানবিশিষ্ট ষ্টেণ্ডাৰ্ডৰ প্ৰতি অনুগত৷

স্পেচিফিকেচন

স্পেচিফিকেশনৰ বিষয়ে অধিক জানি লওক

মহিন্দ্ৰা চুপাৰভেটৰ

প্ৰডাক্টৰ নামট্ৰেক্টৰ ইঞ্জিনৰ পাৱাৰ ৰেঞ্জ (কিলোৱাট) (এইচপি)মুঠ প্ৰস্থ (মিমি)মুঠ দৈৰ্ঘ্য (মিমি)মুঠ উচ্চতা (মিমি)ৱৰ্কিং প্ৰস্থ (মিমি)টিলিং বেধ, ব্লেড আউট টু আউট (মিমি)ৱৰ্কিং গভীৰতা (মিমি)ওজন (কেজি) (প্ৰ’পেলাৰ শ্বাফ্ট অবিহনে)ব্লেডৰ প্ৰকাৰ*ব্লেডৰ সংখ্যাপ্ৰাইমেৰী গীয়েৰ বক্সচাইড ট্ৰেঞ্চমিচনষ্টেণ্ডাৰ্ড স্পীড গীয়েৰঅতিৰিক্ত স্পীড গীয়েৰ
চুপাৰভেটৰ 1.6 মি33 - 36 kw (45 - 50 HP)1805978113316361506100 - 140420এল প্ৰকাৰ36মাল্টি স্পীডগীয়েৰ ড্ৰাইভ17 x 2118 x 20 (বৈকল্পিক)
চুপাৰভেটৰ 1.8 মি37 - 41 kw (50 - 55 HP)2058978113318891759100 - 140448এল প্ৰকাৰ42মাল্টি স্পীডগীয়েৰ ড্ৰাইভ17 x 21 
চুপাৰভেটৰ 2.1 মি41 - 45 kw (55 - 60 HP)2311978113321422012100 - 140480এল প্ৰকাৰ48মাল্টি স্পীডগীয়েৰ ড্ৰাইভ17 x 21 
আপুনিও ভাল পাব পাৰে
Mahindra
মহিন্দ্ৰা ৰিভাৰ্ছ ফৰৱাৰ্ড
অধিক জানি লওক
Mahindra Paddyvator
মহিন্দ্ৰা পেডিভেটৰ
অধিক জানি লওক
gyrovator
মহিন্দ্ৰা জাইৰ'ভেটৰ জেদ.এল.এক্স নিঅ'
অধিক জানি লওক
Mahindra Mahavator HD
মহিন্দ্ৰা মহভেতৰ এইচ ডি ছিংগল স্পীড
অধিক জানি লওক
Dharti Mitra
মহিন্দ্ৰা মাহাভেটৰ এইছ ডি
অধিক জানি লওক
Mahindra Gyrovator
মহিন্দ্ৰা জাইৰ’ভেটৰ
অধিক জানি লওক
MAHINDRA Rotavator
ৰ’টাভেটৰ তেজ-ই এমএলএক্স
অধিক জানি লওক
MAHINDRA TEZ-E ZLX
মহিন্দ্ৰা তেজ-ই জেডএলএক্স+
অধিক জানি লওক
Dharti Mitra
মহিন্দ্ৰা মহাভেটৰ
অধিক জানি লওক
gyrovator ZLX+_01
মহিন্দ্ৰা জাইৰ’ভেটৰ জেডএলএক্স+
অধিক জানি লওক

ব্লগ

May 29, 2024

Top 5 Mahindra Tractors under 50 HP in India

In the dynamic world of Indian agriculture, where every hectare holds

Read more

May 29, 2024

Top 10 40-45 HP Mahindra Tractors in India

In the realm of Indian agriculture, Mahindra tractors have achieved a

Read more

May 29, 2024

8 top Selling 30-40 HP Mahindra Tractors in India

Mahindra tractors have carved a niche for themselves in the agricultural

Read more

May 29, 2024

Top 10 Mahindra tractors under 20-25 HP in India

India is an agricultural country with an agrarian economy. More than

Read more
close

আপোনাৰ ৱেবচাইটৰ অভিজ্ঞতা কেনেকুৱা আছিল?

আপোনাৰ মতামতে আমাক ইয়াক ভাল কৰিবলৈ সহায় কৰে

সুখী নহয়
ভাল হ’ব পাৰে
ঠিক হৈ যাব
ভাল
অতি উত্তম

আৰু কওকচোন